Today I Have no Takers

Today i have no takers
rains lash on my sun- burnt back
and i wait at Neemtala More
counting crystal drops
oozing from neem twigs
what is my fault i ask
it is the mercy of rain gods
that bars to burn my fuel
and earn my day’s bread
time is over
still i wait for a babu
if he hires for his garden or gutter
if not
it is not my fault, Fatima,
it is not my fault.

আজি মোক কোনো লওঁতা নাই

(Trans. into Assamese by Jayedul Islam Mollah (Dhubri, Assam)

বৰষুণে মোৰ ৰ’দত
জ্বলি যোৱা পিঠিত
লাঠিচালনা কৰাদি কোবাইছে
আৰু মই নিমতালা চকত
অপেক্ষা কৰি আছো।
নিমৰ ডালৰ পৰা ছিটিকি অহা
স্ফটিকৰ টোপাল গণনা কৰিছো
মোৰ দোষ কি মই সুধিছো।
ই বৰষুণৰ দেৱতাৰ দয়া
মোৰ ইন্ধন জ্বলাবলৈ
বৰষুণে বাধা দিছে
মোৰ দিনটোৰ পিঠা
উপাৰ্জন কৰিবলৈ ।
সময় শেষ হৈ গ’ল
তথাপিও মই বাবুৰ বাবে
অপেক্ষা কৰি আছো
যদি তেওঁ নিজৰ বাৰী বা
নলাৰ কামৰ বাবে ভাড়াত লয়
যদি নলয়,
মোৰ দোষ নাই ফাতিমা,
মোৰ দোষ নাই।

(ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ। লিখক, কবি, আবু চিদ্দিক, পশ্চিম বংগ )

Join Our Newsletter
And get notified everytime we publish a new blog post.
Share Your Love
Freevoice
Freevoice

He writes about the invisible—their struggles, their resilience, and the quiet fortitude that keeps them going.

Articles: 175